মহা-বিবাদ প্ৰজেক্ট ২.০

যীচুৰ উভতি অহাৰ প্ৰস্তুতিৰ বাবে ২০২৩ আৰু ২০২৪ চনত লাখ লাখ প্ৰতিলিপি বিতৰণত যোগদান কৰক।

Cover-Image_AS
iqL1705928575645

ইলেন জি. হুৱাইট

সপ্তম দিনৰ এডভেণ্টিষ্ট গীৰ্জাৰ সহ-প্ৰতিষ্ঠাপক

মই আন যিকোনো কিতাপতকৈ এই কিতাপখনৰ বাবে এক বিস্তৃত প্ৰচলন চাবলৈ অধিক উদ্বিগ্ন... কিয়নো মহা-বিবাদত, বিশ্বক সতৰ্ক কৰি দিয়াৰ অন্তিম বাৰ্তাটো মোৰ আন যিকোনো কিতাপতকৈ অধিক স্পষ্টভাৱে দিয়া হৈছে।

31.4k

ডাউনলোডসমূহ

122

ভাষাবোৰ

প্ৰভুয়ে মোক এই কিতাপখন লিখিবলৈ প্ৰভাৱিত কৰিছিল যাতে পলম নকৰাকৈ ইয়াক পৃথিৱীৰ প্ৰতিটো অংশত প্ৰচাৰ কৰিব পৰা যায়, কিয়নো প্ৰভুৰ দিনত এজন লোকক থিয় হ'বলৈ প্ৰস্তুত কৰাৰ বাবে ইয়াত থকা সতৰ্কবাণীবোৰ প্ৰয়োজনীয়।

ebB1706110102934

ইলেন জি হুৱাইট, পাণ্ডুলিপি ২৪, ১৮৯১

মহা-বিবাদ আৰু সহায়ক সম্পদ ডাউনলোড কৰক

মহান বিবাদ

সাৰাংশ

পৃথিবীখন ভাল নতুবা বেয়া হৈ আছে বুলি আপুনি বাৰু ভাবেনে? একো আচৰিত নোহোৱাকৈ, এক গৰিষ্ঠ সংখ্য়ক লোকেই আজি বিশ্বাস কৰে যে, পৃথিবীখন অধিক অধিক কৈ বেয়া হৈ গৈ আছে। অশুভ বা-বাতৰিত এটা সংস্কৃতি নিমগ্ন হৈ থকাৰ ফলস্বৰূপেই, নতুবা এই কিতাপখনৰ কেন্দ্ৰস্থলত উপস্থাপন কৰা পৃথিবী কপোৱা সত্য়ক আমি বংশগতভাৱে জনাৰ বাবেই হয়তো এই গোলকীয় নিৰাশা-বাদ: আমাৰ গ্ৰহটোত কিবা এটা ডাঙৰ গন্ডগোল হৈছে আৰু ইয়াক ঠিক কৰিবলৈ আমাৰ শক্তি নাইকিয়া।

মহান বিবাদ কিতাপখনে মাত্ৰ মানৱৰ অধোগতিৰ উতপত্তিৰ কাৰনক উদঙুৱাই নহয়, ই অতি মহামাৰী আৰু সংকট, দূ্ৰ্নীতি আৰু হত্য়া, নৰহত্য়া আৰু দৌৰাত্ম ইত্য়াদিৰ গিৰ্গিৰনিৰ বিৰুদ্ধে চলি থকা দুৰ্জ্জয় যুদ্ধ খনৰ বিষয়েও খোলোচা কৰে। এই আচাৰ্য্য়ময় কামত আপুনি আৱিস্কাৰ কৰিব যে, অধাৰ্মিকতাৰ এখন মুখ আছে, উত্তমতাৰ এটা বিজয় আছে আৰু পাপৰ এটা অন্ত আছে। এই পৃথিবীখনৰ অন্ত আৰু আহিবলগীয়া গৌৰৱোজ্জ্বল পৃথিবীখনৰ নিমিত্তে আপুনি যদি প্ৰস্তুত হবলৈ খোজে, তেন্তে আপুনি এই কিতাপখন পঢ়িবই লাগিব।

ভাষা:

সৰ্বাধিক ডাউনলোড কৰা হৈছে

Cover-Image_DE

ভাষা: German

Cover-Image_FR

ভাষা: French

Cover-Image_ES

ভাষা: Spanish

Cover-Image_PT

ভাষা: Portuguese

Cover-Image_NL

ভাষা: Dutch

Cover-Image_RU

ভাষা: Russian

Cover-Image_AR

ভাষা: Arabic

Cover-Image_HU

ভাষা: Hungarian

Cover-Image_ZH-Hant

ভাষা: Chinese

  • Privacy Policy
  • Legal Notice
  • Trademark and Logo Usage